নগাঁৱত বিজেপিৰ বিশাল সাংগঠনিক সভা, উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

- নগাঁৱত বিজেপিৰ বিশাল সাংগঠনিক সভা।
- কলিয়াবৰ, তেজপুৰ, নগাঁও লোকসভা সমষ্টিক লৈ অনুষ্ঠিত হৈছে এই সভা।
- সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই, মন্ত্ৰী পীয়ূষ হাজৰিকা,
- লগতে উপস্থিত থাকিব বিধায়ক ৰূপক শৰ্মাকে ধৰি বহু নেতা–কৰ্মী।
- কলিয়াবৰত কংগ্ৰেছক উৎখাত কৰাৰ লক্ষ্য বিজেপিৰ।
The post নগাঁৱত বিজেপিৰ বিশাল সাংগঠনিক সভা, উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NvfYAG
via IFTTT
Comments
Post a Comment