জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘা

- জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘা।
- বৃহস্পতিবাৰে পুৱা ৬ বজাত ভাৰতৰ ভূমিত পাক সেনাৰ গুলীবৰ্ষণ।
- জম্মু-কাশ্মীৰৰ পুঞ্চৰ কৃষ্ণা ঘাটি ছেক্টৰত গুলীবৰ্ষণ।
- ভাৰতীয় সেনায়ো দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।
The post জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2T5OpDR
via IFTTT
Comments
Post a Comment