বিজেপিৰ ৰাজ্যিক নেতাক বহিস্কাৰ

  • অৰূপ জ্যোতি দাসক ভাৰতীয় জনতা পাৰ্টিৰ পৰা অব্যাহতি।
  • বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আছিল অৰূপ জ্যোতি দাস।
  • অনুসূচীত জাতি মৰ্চাৰ অসম প্ৰদেশৰ পভাপতি নিলোপম দাসে অব্যাহতি দিয়ে অৰূপ জ্যোতি দাসক।
  • তেওঁৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগৰ অভিযোগ।

  • তৎকালীনভাৱে বলবৎ হোৱাকৈ অব্যাহতি দিয়া হয় তেওঁক।

The post বিজেপিৰ ৰাজ্যিক নেতাক বহিস্কাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EmPiOn
via IFTTT

Comments