কাকপথাৰত বৃহৎ পৰিমানৰ গাঞ্জাসহ গ্ৰেপ্তাৰ এজন আৰক্ষীৰ লোক…

  • কাকপথাৰত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ ৷
  • গাঞ্জা সৰবৰাহত গ্ৰেপ্তাৰ এজন আৰক্ষীসহ গাড়ী চালক ৷
  • গ্ৰেপ্তাৰ আৰক্ষী লোকগৰাকী ৰমেন নেওঁগ, চালক প্ৰতিম শইকীয়া ৷
  • ছেন্ট্ৰ গাড়ীখনৰ নম্বৰ  এ এছ ০৬ বি ৮১২১।
  • আৰক্ষীৰ  অব্যাহত ৰাখিছে অনুসন্ধান।

The post কাকপথাৰত বৃহৎ পৰিমানৰ গাঞ্জাসহ গ্ৰেপ্তাৰ এজন আৰক্ষীৰ লোক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BVwIw8
via IFTTT

Comments