ওদালগুৰিত যোগগুৰু বাবা ৰামদেৱ

- ওদালগুৰিত যোগগুৰু বাবা ৰামদেৱ।
- বুধবাৰে ওদালগুৰিৰ ভৈৰৱকুণ্ডত ৰামদেৱৰ বিশেষ কাৰ্যসূচী।
- ৰামদেৱে আধাৰশিলা স্থাপন কৰিলে যোগ আৰু আয়ুৰবেদিক চিকিৎসা আৰু প্ৰশিক্ষণ কেন্দ্ৰ
- ৰামদেৱক সংগ দিয়ে আশ্চাৰ্য বালাকৃষ্ণৰ লগতে আন কেইবাজনো গুৰুৱে।
- অনুষ্ঠানত উপস্থিত থাকে স্থানীয় মন্ত্ৰী ৰিহন দৈমাৰীৰ লগতে বহুজন।
The post ওদালগুৰিত যোগগুৰু বাবা ৰামদেৱ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XncrsC
via IFTTT
Comments
Post a Comment