হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পৰ্যটন মন্ত্ৰীয়ে…

  • নেপালত হেলিকপ্টাৰ দুৰ্ঘটনা।
  • নেপালৰ তেহাথুম জিলাত এই দুৰ্ঘটনা।
  • হেলিকপ্টাৰ খনত আছিল নেপালৰ পৰ্যটন মন্ত্ৰী ৰবীন্দ্ৰ অধিকাৰীৰ সৈতে মুঠ ৬ জন যাত্ৰী।
  • দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আটাইকেইজন যাত্ৰীয়ে।
  • নেপালৰ গৃহ সচিবে সংবাদমাধ্যমক সদৰী কৰিলে এই কথা।

 

The post হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পৰ্যটন মন্ত্ৰীয়ে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Nv1Abp
via IFTTT

Comments