ঘনে ঘনে সলনি হৈছে পৰিৱেশ! দিল্লীত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক…

  • দিল্লীত আকৌ গুৰুত্বপূৰ্ণ বৈঠক।
  • ঘনাই ঘনাই অনুষ্ঠিত হৈছে বৈঠক।
  • প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নিৰাপত্তা বিষয়ত কেবিনেট বৈঠক।
  • লোক কল্যাণ মাৰ্গত অনুষ্ঠিত হৈছে বৈঠক।
  • বৈঠকত উপস্থিত আছে গৃহ মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিদেশ মন্ত্ৰী আৰু বিত্তমন্ত্ৰী।
  • সেনা আৰু চোৰাংচোৱাৰ উচ্চপদস্থ বিষয়া উপস্থিত আছে বৈঠকত।
  • নিৰাপত্তা উপদেষ্টা অজিত দভালো আছে উপস্থিত।

The post ঘনে ঘনে সলনি হৈছে পৰিৱেশ! দিল্লীত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2VspuXN
via IFTTT

Comments