প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ ঘনিষ্ঠই যোগদান কৰিলে বিজেপিত…

  • বিজেপিত যোগদান কৰিলে প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ ঘনিষ্ঠ টুটু সৰকাৰে।
  • শতাধিক সমৰ্থকসহ বিজেপিত যোগদান কৰে যুৱ কংগ্ৰেছী টুটু সৰকাৰে।
  • বিজেপি জিন্দাবাদ ধ্বনিৰে বিজেপি কাৰ্যালয়ত প্ৰৱেশ।
  • বহুকেইজন সক্ৰিয় সমাজকৰ্মী, যুৱ নেতাৰো যোগদান গেৰুৱা দলটোত।

The post প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ ঘনিষ্ঠই যোগদান কৰিলে বিজেপিত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GOVn9L
via IFTTT

Comments