বিমান বন্দৰ বন্ধৰ নিৰ্দেশ প্ৰত্যাহাৰ

- বিমান বন্দৰ বন্ধ কৰি দিয়াৰ নিৰ্দেশ প্ৰত্যাহাৰ।
- পাকিস্তানৰ বায়ু সেনাই ভাৰতত চলোৱা আক্ৰমণৰ পাছতে বন্ধ কৰি দিয়া হৈছিল দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিমান বন্দৰ।
- জম্মু-কাশ্মীৰকে ধৰি হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, উত্তৰাখণ্ডৰ বিমান বন্দৰ বন্ধ কৰিছিল।
- পাকিস্তানেও বন্ধ কৰি দিছিল দেশখনৰ কেইবাটাও বিমান বন্দৰ।
- দিল্লীতো বন্ধ কৰি দিছিল আকাশ মাৰ্গেৰে বিমান উৰণ।
- সুৰক্ষাজনিত কাৰণত লোৱা হৈছিল এই সিদ্ধান্ত।
- বাতিল কৰা হৈছে এই নিষেধাজ্ঞা।
The post বিমান বন্দৰ বন্ধৰ নিৰ্দেশ প্ৰত্যাহাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TeIT1d
via IFTTT
Comments
Post a Comment