ভাৰতৰ মাটিত এইবাৰ পাকিস্তানৰ বোমা, ক্ষয়-ক্ষতিৰ অহা নাই বাতৰি

- পাকিস্তানে বুধবাৰে পুৱাই নিক্ষেপ কৰিলে বোমা।
- জম্মু-কাশ্মীৰৰ ৰাজাউৰী চেক্টৰত পাক বায়ু সেনাৰ বিমানে নিক্ষেপ কৰিলেহি কেইবাটাও বোমা।
- এটা ভাৰতীয় সেনাৰ চাউনীৰ সমীপত নিক্ষেপ কৰা বোমাৰ আলোকচিত্ৰ ৰাজহুৱা কৰিছে সেনাই।
- অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় সেনাই।

- ভাৰতীয় চোৰাংচোৱা সংস্থাই আগতীয়াকৈ সতৰ্ক কৰিছিল পাকিস্তানে আক্ৰমণ কৰিব পাৰে বুলি।
- তাৰ পাছতে সংঘটিত হ’ল এই বোমা নিক্ষেপৰ কাণ্ড।
- এতিয়ালৈকে ক্ষয়-ক্ষতিৰ কোনো বাতৰি অহা নাই।
The post ভাৰতৰ মাটিত এইবাৰ পাকিস্তানৰ বোমা, ক্ষয়-ক্ষতিৰ অহা নাই বাতৰি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Su97rO
via IFTTT
Comments
Post a Comment