গুজৰাটৰ কচ্চত সেনাৰ হেল্পলাইন নম্বৰ মুকলি

- গুজৰাটৰ কচ্চত সেনাৰ হেল্পলাইন নম্বৰ মুকলি।
- সন্দেহজনক লোক, সামগ্ৰী প্ৰত্যক্ষ কৰিলে খবৰ দিয়াৰ আহ্বান।
- সেনাই মুকলি কৰিছে (02832) 258439 হেল্পলাইন নম্বৰ।
- জনসাধাৰণক সতৰ্ক হৈ থকাৰ আহ্বান সেনাৰ।
The post গুজৰাটৰ কচ্চত সেনাৰ হেল্পলাইন নম্বৰ মুকলি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2H4sTZ5
via IFTTT
Comments
Post a Comment