অগপ-বিজেপিৰ মিত্ৰতাৰ সন্দৰ্ভত কি ক’লে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে…

- অগপ-বিজেপিৰ মিত্ৰতাৰ সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ মন্তব্য।
- ৰঞ্জিত দাসে ক’লে- অগপ মিত্ৰতালৈ ঘূৰি অহাৰ সম্ভাৱনা ক্ষীণ।
- ‘বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰি আছে আৰু কৰি যাব।’
- নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অগপৰ স্থিতি সলনি হ’লে মিত্ৰতালৈ আহিব পাৰিব বুলি মন্তব্য সভাপতি গৰাকীৰ।
- ৰাহুল গান্ধীৰ বিশাল জনসভাৰ সন্দৰ্ভত ৰঞ্জিত দাসে ক’লে-
- ‘ৰাহুল গান্ধীয়ে অসমৰ কৃষ্টি-সংস্কৃতিৰ বিষয়ে একো নাজানে’
- ‘কংগ্ৰেছে বছৰ বছৰ ধৰি ৰাইজক টুপী পিন্ধাই আহিছে, সেইকাৰণে জাপিকো ৰাহুলে টুপী বুলি ক’লে ‘
The post অগপ-বিজেপিৰ মিত্ৰতাৰ সন্দৰ্ভত কি ক’লে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TjcTsI
via IFTTT
Comments
Post a Comment