মহানগৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান

- মহানগৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান।
- বৈকুণ্ঠ নগৰ পাহাৰ আৰু বামুণীমৈদামত অভিযান আবকাৰী বিভাগৰ।
- কেইবাটাও অবৈধ দেশীয় সুৰাৰ ভাটি আবকাৰী বিভাগে ধ্বংস কৰা বুলি জানিব পৰা গৈছে।
- সুৰা ট্ৰেজেডীৰ পিছতে এনেদৰে উলাই আহিছে আবকাৰী বিভাগ।
- মহানগৰীটো বিগত কেইবাদিনো ধৰি অভিযান চলাইছে আবকাৰী বিভাগে।
- আবকাৰী বিভাগে তীব্ৰতৰ কৰি তুলিছে সুৰাবিৰোধী অভিযান।
The post মহানগৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2H6IPtM
via IFTTT
Comments
Post a Comment