ৰাজ্য প্ৰশাসনত ব্যাপক ৰদবদল…

- ৰাজ্যৰ প্ৰশাসনত কৰা হৈছে ব্যাপক ৰদবদল।
- গোৱালপাৰাৰ ADC নুৰ হুছেইনক বদলি কৰা হৈছে লখিমপুৰলৈ।
- গুৱাহাটী উন্নয়নৰ উপ–সচিব লাচিত কুমাৰ দাসক কামৰূপ(ম)ৰ ADC পদলৈ বদলি
- মাজ কল্যাণৰ উপ–সচিব গৌতম মজুমদাৰক গোৱালপাৰাৰ ADCৰ দায়িত্ব
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ উপ–সচিব বিপুল কুমাৰ দাসক বদলি
- কামৰূপ মহানগৰৰ ADC পদলি বদলি দাসক
- কাৰ্বি আংলঙৰ ADC জুনুমণি সোণোৱালক শিৱসাগৰলৈ বদলি।
- দৰঙৰ ADC নাৰায়ণ নাথক বিশ্বনাথলৈ বদলি
- কাচাৰৰ ADC হৰিচৰণ ভক্তক কৰিমগঞ্জলৈ বদলি
- ধুবুৰীৰ ADC ছোৰমান আলী আহমেদক কাৰ্বি আংলঙলৈ বদলি
- কামৰূপ(ম)ৰ ADC মুকুল কাথাৰক কাৰ্বি আংলঙলৈ বদলি
- কৰিমগঞ্জৰ ADC ধ্ৰুৱজ্যোতি দেৱক ডিমা হাছাওলৈ বদলি
- কৰিমগঞ্জৰ ADC ৰঞ্জিত কুমাৰ লস্কৰক হাইলাকান্দিলৈ বদলি
- নগাঁৱৰ ADC সুষমা হাজৰিকাক গোলাঘাটলৈ বদলি
- শিৱসাগৰৰ ADC আলাহজেৰ আলীক তিনিচুকীয়ালৈ বদলি
- ভেৰগাঁৱৰ ADC দিথকানন্দ হাজৰিকাক বিজনীলৈ বদলি
- কুলশ্ৰী নাথক বৰপেটাৰ ADC পদলৈ বদলি
- বঙাইগাঁৱৰ ADC কান্তা দাসক কামৰূপলৈ বদলি
- ডিব্ৰুগড় ADC শোভন গোৱালাক তিনিচুকীয়ালৈ বদলি
- গোলাঘাটৰ ADC অৰপাহ বাগলাৰীক বোকাজানলৈ বদলি
- পূব কামৰূপৰ ADC ক্ষীতিশ চন্দ্ৰ পেগুক কামৰূপলৈ বদলি
- কাৰ্বি আংলঙৰ ADC নৰছিং বে’৸ক কাচাৰলৈ বদলি
- নলবাৰীৰ ADC গৌৰীশংকৰ শৰ্মাক কামৰূপলৈ বদলি
- শিৱসাগৰৰ ADC অশ্বিনী কুমাৰ দলেক নগাঁৱলৈ বদলি
- তিনিচুকীয়াৰ ADC পাৰ্থপ্ৰতিম বৈৰাগীক ডিব্ৰুগড়লৈ বদলি
- কৃষি বিভাগৰ উপ–সচিব হেমন্ত ভূঞাক নগাঁৱৰ ADC পদলৈ বদলি
- ওদালগুৰিৰ ADC ভাস্কৰজ্যোতি মান্তাক শোণিতপুৰলৈ বদলি
- শ্ৰমিক কল্যাণৰ উপ–সচিব ৰঞ্জিত স্বৰ্গীয়াৰীক গোলাঘাটৰ ADC পদলৈ
- হাইলাকান্দিৰ ADC জেছিকা ৰেমজৰময় লালছেইমক কাচাৰলৈ বদলি
- বৰপেটাৰ ADC পুলক পাটগিৰিক কামৰূপলৈ বদলি
- কাচাৰৰ ADC আনিছ ৰছুল মজুমদাৰক হাইলাকান্দিলৈ বদলি
- ধেমাজিৰ ADC উৎপল বৰাক মাজুলীলৈ বদলি
- ধুবুৰীৰ ADC ইনামুল হুছেইনক দক্ষিণ শালমাৰালৈ বদলি
- ডিমা হাছাওৰ ADC দীপক জিদুঙক কাচাৰলৈ বদলি
- গোলাঘাটৰ ADC উৎপল দলেক মাজুলীলৈ বদলি
- হোজাইৰ ADC প্ৰশান্ত বৰুৱাক নগাঁৱলৈ বদলি
- যোৰহাটৰ ADC জয়ন্ত কুমাৰ গোস্বামীকো বদলি
- বোকাজানৰ ADC দিলীপ তেৰাঙক শিৱসাগৰলৈ বদলি
- লখিমপুৰৰ ADC বিপুল কুমাৰ দাসক কোকৰাঝাৰলৈ বদলি
- নগাঁৱৰ ADC জয়ন্ত কুমাৰ বৰাক হোজাইলৈ বদলি
- শোণিতপুৰৰ ADC নৱজ্যোতি ওঝাক লখিমপুৰলৈ বদলি
- পশ্চিম কাৰ্বি আংলঙৰ ADC পাৰ্থ সাৰথি জহৰীক গোলাঘাটলৈ বদলি
- গোৱালপাৰাৰ ADC সত্যজ্যোতি বৰুৱাক কামৰূপ(ম)লৈ বদলি
- দৰঙৰ ADC পংকজ চক্ৰৱৰ্তীক নিৰ্বাচন বিভাগৰ উপ–সচিবৰ দায়িত্ব
- কাচাৰৰ ADC ৰণদীপ কুমাৰ দামক হাইলাকান্দিলৈ বদলি
- বিজনীৰ ADC গয়া প্ৰসাদ আগৰৱালাক গোসাঁইগাঁৱলৈ বদলি
- কৰিমগঞ্জৰ ADC অনুপ কুমাৰ ব্ৰহ্মক ধুবুৰীলৈ বদলি
- শোণিতপুৰৰ ADC কুলেন শৰ্মাক দৰঙলৈ বদলি
- নগাঁৱৰ ADC দেৱজানী চৌধুৰীক বৰপেটালৈ বদলি
- চিৰাঙৰ ADC কৰ্মদেৱ ব্ৰহ্মক ধুবুৰীলৈ বদলি
- ডিব্ৰুগড়ৰ ADC দীপু কুমাৰ ডেকাক ধেমাজিলৈ বদলি
- গোলাঘাটৰ ADC শ্যামল ক্ষেত্ৰ গগৈক তিনিচুকীয়ালৈ বদলি
- কামৰূপৰ ADC গুণজিৎ ৰয় চৌধুৰীক নলবাৰীলৈ বদলি
- কামৰূপৰ ADC ৰণবীৰ বৰাক ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সঞ্চালকৰ দায়িত্ব
- কামৰূপ(ম)ৰ ADC ৰঞ্জিত কোঁৱৰক ডিব্ৰুগড়লৈ বদলি
- গোসাঁইগাঁৱৰ ADC গকুল চন্দ্ৰ ব্ৰহ্মক ভেৰগাঁৱলৈ বদলি
- দক্ষিণ শালমাৰাৰ ADC ৰাজেশন তেৰাঙক হোজাইলৈ বদলি
- লখিমপুৰৰ ADC আশ্ৰাফুল আমিনক গোৱালপাৰালৈ বদলি
The post ৰাজ্য প্ৰশাসনত ব্যাপক ৰদবদল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XqxlHu
via IFTTT
Comments
Post a Comment