আমি সম্পূৰ্ণ ৰূপে সাজুঃ পাকিস্তানক উদ্দেশ্যি ভাৰতৰ হুংকাৰ

ডিজিটেল ডেস্কঃ দিল্লীত স্থল, বায়ু আৰু নৌসেনাই যুটীয়া সংবাদমেল আয়োজন কৰি পাকিস্তানক হুংকাৰ দিলে ভাৰতীয় সেনা বাহিনীয়ে। প্ৰথমখন যুটীয়া সংবাদমেলত সম্বোধন কৰি পাকিস্তানৰ যিকোনো প্ৰত্যুত্তৰ দিবলৈ ভাৰত সাজু বুলি কঠোৰ বাৰ্তা দিলে তিনি সেনা বাহিনীয়ে।
পাকিস্তানে এনেদৰে সন্ত্ৰাসবাদক প্ৰশ্ৰয় ভাৰতীয় সেনা বাহিনীক লক্ষ্য কৰি ল’লে ভৱিষ্যতে ইয়াৰ উত্তৰ দিবলৈ ভাৰতীয় সেনা সম্পূৰ্ণৰূপে সাজু। এই বাৰ্তা দিলে মেজৰ জেনেৰেল সুৰেন্দ্ৰ সিং মহালে।
এই সংবাদমেলত অংশ লৈ বায়ু সেনাৰ হৈ এয়াৰ ভাইচ মাৰ্চেল ৰা জি কে কাপুৰে অভিনন্দন ১ মাৰ্চত ঘূৰি অহা খবৰক লৈ সন্তুষ্টি ব্যক্ত কৰে। সংবাদমেলত সেনা বাহিনীয়ে ভাৰতীয় সেনাই ভূপতিত কৰা পাকিস্তাৰ এফ-১৬ বিমানৰ ধ্বংসাৱশেষো প্ৰদৰ্শন কৰে।
#WATCH Air Vice Marshal RGK Kapoor: We are happy that our pilot who had fallen across the Line of Control and was in custody of Pakistan is being released, we're extremely happy to have him back. We only see it as a gesture which is in consonance with all Geneva conventions. pic.twitter.com/Dg5Cpel4Lw
— ANI (@ANI) February 28, 2019
The post আমি সম্পূৰ্ণ ৰূপে সাজুঃ পাকিস্তানক উদ্দেশ্যি ভাৰতৰ হুংকাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EiPXjW
via IFTTT
Comments
Post a Comment