উত্তৰ গুৱাহাটীবাসীৰ বাবে ভাল খবৰ

  • দীৰ্ঘদিনীয়া যাতায়তৰ অসুবিধাৰ পৰা পৰিত্ৰাণ পাব উত্তৰ গুৱাহাটীবাসীয়ে।
  • বৃহস্পতিবাৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত মুকলি হ’ব ৰ’ৰ’ জাহাজ সেৱা।
  • উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
  • অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।
  • বিয়লি ৩ বজাত মুকলি কৰা হ’ব এই জাহাজ সেৱা।
  • এই সেৱাই ভাল খবৰ কঢ়িয়াই আনিছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ যাত্ৰীসকলৰ বাবে।

The post উত্তৰ গুৱাহাটীবাসীৰ বাবে ভাল খবৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EA2HDS
via IFTTT

Comments