৩ মাৰ্চৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ বাজপেয়ীয়ে চলোৱা ‘ছমঝৌতা এক্সপ্ৰেছ’

  • ৩ মাৰ্চৰ পৰা অনিৰ্দিষ্ট কাললৈ বাতিল কৰা হৈছে ছমঝৌতা এক্সপ্ৰেছ।
  • ভাৰতীয় ৰেল বিভাগে কৰিলে এই ঘোষণা।
  • ভাৰত-পাকৰ মাজৰ শেহতীয়া স্থিতিক লৈ এই প্ৰদক্ষেপ ভাৰতীয় ৰেল বিভাগৰ।
  • ১৯৭৬ চনৰ ২২ জুলাইৰ পৰা দিল্লীৰ পৰা পাকিস্তানৰ লাহোৰলৈ আৰম্ভ হৈছিল এই ৰেল সেৱা।
  • ২০০২ চনত এই ৰেল সেৱা বন্ধ কৰি দিয়া হৈছিল যদিও ২০০৪ চনৰ ১৫ জানুৱাৰীত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনত চনত পুনৰ মুকলি কৰা হৈছিল এই ৰেল সেৱা।

The post ৩ মাৰ্চৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ বাজপেয়ীয়ে চলোৱা ‘ছমঝৌতা এক্সপ্ৰেছ’ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2IKuFkv
via IFTTT

Comments