চিৰাঙৰ বিজনীত গাৰগাঁও দাসপাৰাত সংঘটিত তিনিটাকৈ নৃশংস হত্যাকাণ্ড…

- চিৰাঙৰ বিজনীৰ গাৰগাঁও দাসপাৰাত সংঘটিত তিনিটাকৈ নৃশংস হত্যাকাণ্ড।
- শ্মশানত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে গাঁওবুঢ়াৰ মৃতদেহ।
- মঙলবাৰৰ নিশাৰে পৰা নিখোজ হৈ আছিল গাঁওবুঢ়া গৌৰ দাস।
- গাঁওবুঢ়াক হত্যা কৰাৰ সন্দেহত ৰাইজে আটক কৰে দুই যুৱকক।
- যুৱকদ্বয়ৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ হয় গাঁওবুঢ়াৰ মৃতদেহ।
- আনহাতে পুৱা শ্মশানৰ সমীপত উদ্ধাৰ হয় অভিযুক্ত এই যুৱকদ্বয়ৰ মৃতদেহ।
- গাঁওবুঢ়াৰ হত্যাৰ অভিযোগত একাংশ স্থানীয় লোকে যুৱক দুজনক হত্যা কৰাৰ সন্দেহ কৰা হৈছে।
- মৃত যুৱক দুজনৰ নাম বিপুল দাস আৰু ৰঞ্জিত দাস।
The post চিৰাঙৰ বিজনীত গাৰগাঁও দাসপাৰাত সংঘটিত তিনিটাকৈ নৃশংস হত্যাকাণ্ড… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NwVCH0
via IFTTT
Comments
Post a Comment