ভাৰতীয় সশস্ত্ৰ বাহিনী সন্দৰ্ভত আজি অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ বৈঠক

- ভাৰতীয় সশস্ত্ৰ বাহিনী সন্দৰ্ভত বুধবাৰে অনুষ্ঠিত হ’ব এক গুৰুত্বপূৰ্ণ বৈঠক।
- প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আহ্বানত অনুষ্ঠিত হ’ব বৈঠকখনি।
- দিল্লীত অনুষ্ঠিত হ’ব সশস্ত্ৰ বাহিনীৰ সুৰক্ষা বিষয়ক বৈঠকখনি।
- বৈঠকত উপস্থিত থাকিব স্থল সেনাপ্ৰধান বিপিন ৰাৱট, বায়ু সেনাপ্ৰধান বীৰেন্দ্ৰ সিং ধনুৱা আৰু নৌ সেনাপ্ৰধান সুনীল লান্বা।
- দেশৰ সশস্ত্ৰ সেনা বাহিনীৰ কাৰ্যক্ৰমক লৈ বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা।
- পাকিস্তানৰ বিৰুদ্ধে বায়ু সেনাৰ এয়াৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ পিছত ভাৰতত সন্ত্ৰাসবাদীৰ কূটাঘাত সৃষ্টিৰ আশংকা।
- তেনে পৰিস্থিতিত সন্ত্ৰাসবাদীক প্ৰতিৰোধ কৰাৰ বাবে সনাই গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভতো বৈঠকত হ’ব আলোচনা।
The post ভাৰতীয় সশস্ত্ৰ বাহিনী সন্দৰ্ভত আজি অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ বৈঠক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EAM0s3
via IFTTT
Comments
Post a Comment