ধুবুৰীৰ চাপৰৰ ৰঙামাটিত তৃতীয় শ্ৰেণীৰ ছাত্ৰীক বলাত্‍কাৰ, পলাতক অভিযুক্ত

  • ধুবুৰীৰ চাপৰৰ ৰঙামাটিত জঘন্য ঘটনা।
  • এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীক বলাত্‍কাৰ কৰিলে এজন যুৱকে।
  • অভিযুক্ত যুৱকজনৰ নাম আব্দুল বাতেন।
  • ঘৰত কোনো নথকাৰ সুযোগত বলাত্‍কাৰৰ অভিযোগ।
  • ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃয়ে চাপৰ থানাত দাখিল কৰিছে এজাহাৰ।
  • সম্প্ৰতি পলাতক অভিযুক্ত আব্দুল বাতেন।

The post ধুবুৰীৰ চাপৰৰ ৰঙামাটিত তৃতীয় শ্ৰেণীৰ ছাত্ৰীক বলাত্‍কাৰ, পলাতক অভিযুক্ত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2tBRwo6
via IFTTT

Comments