ছিকিমত নিশা দুৰ্বৃত্তই জ্বলালে বাছ

  • ছিকিমৰ অহোত অগ্নিকাণ্ড।
  • নিশা দুৰ্বৃত্তই জ্বলাই দিলে এখন বাছ।
  • বাছখন মেকলয়ড ফাৰ্মাচিউটিকেল ছাৰ্ভিচৰ বুলি জানিব পৰা গৈছে।
  • বাছখনৰ স্বত্বাধিকাৰী পাট্ৰুছ চুব্বা বুলি জানিব পৰা গৈছে।
  • এছডিএফ দলৰ সমৰ্থক পাট্ৰুছ চুব্বা।
  • ইফালে আন কেইবাখনো ঠাইত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।

The post ছিকিমত নিশা দুৰ্বৃত্তই জ্বলালে বাছ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2IJFqnc
via IFTTT

Comments