জম্মু-কাশ্মীৰৰ সকলো বিমান সেনা বাতিল

জম্মু-কাশ্মীৰৰ যাব লগা সকলো বিমান সেৱা বাতিল।
জম্মু-কাশ্মীৰত হাই এলাৰ্ট জাৰি।
জম্মু, শ্ৰীনগৰ আৰু পাঠানকোট বিমান বন্দৰ্ত হাই এলাৰ্ট জাৰি।
জম্মু-শ্ৰীনগৰমুখী কেইবাখনো যাত্ৰীবাহী বিমান ঘূৰাই অনা হৈছে।
সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে বিমান যাতায়ত।
শ্ৰীনগৰ, জম্মু বিমান বন্দৰ বন্ধ কৰি দিয়া হৈছে তাৎংক্ষণিকভাৱে।
The post জম্মু-কাশ্মীৰৰ সকলো বিমান সেনা বাতিল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XpTaqy
via IFTTT
Comments
Post a Comment