কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠক বাতিল

ডিজিটেল ডেস্কঃ দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে বাতিল কৰিছে দলটোৰ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক। বৃহস্পতিবাৰে এই বৈঠক আহমেদাবাদত অনুষ্ঠিত কৰাৰ কথা আছিল।
লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই বৈঠক আহ্বান কৰিছিল দলটোৱে। ভাৰত-পাকিস্তানৰ মাজত বিৰাজ কৰা শেহতীয়া পৰিস্থিতিৰ বাবেই বৈঠকখন বাতিল কৰিছে বুলি সদৰী কৰিছে কংগ্ৰেছ সূত্ৰই।
The post কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠক বাতিল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XonNfT
via IFTTT
Comments
Post a Comment