‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি ভাৰতৰ সৈতে আছো’

  • এন এছ এ বিষয়া অজিত ডোভাল আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পম্পিঅ’ৰ টেলিফোনিক বাৰ্তালাপ।
  • বুধবাৰে নিশা টেলিফোনিক বাৰ্তালাপ কৰে ডোভাল আৰু পম্পিঅ’ই।
  • আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীয়ে কয়-
  • ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি ভাৰতৰ লগত আছো।’
  • ‘পাকিস্তানৰ জেইছ-ই-মহম্মদৰ শিবিৰৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা স্থিতিক আমি সমৰ্থন জনাইছো।’

The post ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি ভাৰতৰ সৈতে আছো’ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GQp1eL
via IFTTT

Comments