মহানগৰীত আবকাৰী বিভাগৰ অভিযান, জব্দ অবৈধ সুৰা ভৰ্তি গাড়ী

- মহানগৰীত আবকাৰী বিভাগৰ অভিযান।
- ভৰলুমুখত আৰক্ষীয়ে জব্দ কৰে এখন চুলাই ভৰ্তি গাড়ী।
- গাড়ীখনৰ পৰা জব্দ প্ৰায় ৪৫০ লিটাৰ অবৈধ চুলাই মদ।
- ৪ জন সৰবৰাহকাৰীকো আটক কৰিছে আৰক্ষীয়ে।
- ৰঙিয়াৰ পৰা গুৱাহাটীলৈ আনিছিল এই চুলাইখিনি।
The post মহানগৰীত আবকাৰী বিভাগৰ অভিযান, জব্দ অবৈধ সুৰা ভৰ্তি গাড়ী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Vmk4O4
via IFTTT
Comments
Post a Comment