কাইলৈ দিল্লী পাবহি অভিনন্দন

- অৱশেষত স্বদেশলৈ উভতিব ভাৰতীয় উইং কামাণ্ডাৰ অভিনৱ বৰ্ধমান।
- পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কৰিলে এই ঘোষণা।
- শুকুৰবাৰে মুক্তি কৰিব দিয়া হ’ব উইং কামাণ্ডাৰগৰাকীক।
- শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত পাকিস্তানে উইং কামাণ্ডাৰগৰাকীক মুকলি দিব বুলি ঘোষণা।
- বুধবাৰৰ পৰা পাকিস্তানৰ বন্দী হৈ আছিল ভাৰতীয় উইং কামাণ্ডাৰ অভিনন্দন বৰ্ধমান।
- ভাৰতৰ মাটিত আক্ৰমণ কৰিবলৈ অহা পাকিস্তানী বায়ু সেনাক প্ৰতিৰোধ কৰিবলৈ যাওতে পাকিস্তানে আটক কৰিছিল অভিনন্দনক।
The post কাইলৈ দিল্লী পাবহি অভিনন্দন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XvRhIH
via IFTTT
Comments
Post a Comment