পেট্ৰ’ল-ডিজেলৰ মূল্যই সৃষ্টি কৰিছে অভিলেখ

- বৃহস্পতিবাৰে বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।
- প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৭ পইচা বৃদ্ধি।
- ৮ পইচাকৈ বৃদ্ধি পালে প্ৰতিলিটাৰ ডিজেলৰ দাম।
- গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লত ৭১.২৬ টকা।
- আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম হ’লগৈ ৬৭.৫২ টকা।
The post পেট্ৰ’ল-ডিজেলৰ মূল্যই সৃষ্টি কৰিছে অভিলেখ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Xrb4sO
via IFTTT
Comments
Post a Comment