ভূপতিত কৰিছিল পাক সেনাৰ বিমান, ভাৰতীয় সেনাই দেখুৱালে এফ-১৬ৰ ধ্বংসৱাশেষ…

  • যুটীয়া সংবাদমেলত মিছাইল আৰু পাকিস্তান বিমানৰ ধ্বংসাৱশেষ দেখুৱালে ৩ সেনা বিষয়াই।
  • এই ধ্বংসৱাশেষৰ ভিতৰত আছিল এ এ আৰ এ এম মিছাইল।

  • ভাৰতৰ মাটিতেই ভূপতিত হৈছিল পাকিস্তান বায়ু সেনাৰ এফ-১৬ বিমানখন।
  • সেনাই সংবাদমেলত দেখুৱালে বিমানখনৰ ধ্বংসৱাশেষৰ নমুনা।

The post ভূপতিত কৰিছিল পাক সেনাৰ বিমান, ভাৰতীয় সেনাই দেখুৱালে এফ-১৬ৰ ধ্বংসৱাশেষ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EmqJkm
via IFTTT

Comments