লুইতত নাও দুৰ্ঘটনা, পিতা-পুত্ৰ সন্ধানহীন…

- বৰপেটাৰ বহৰিত নাও দুৰ্ঘটনা।
- লুইতত নাও বুৰি পিতা-পুত্ৰ সন্ধানহীন।
- সন্ধানহীন বাহাদুৰ আলী আৰু নবাব আলী।
- টুলুঙা নাৱেৰে গৈছিল ১২জন লোক।
- জানাজা শেষ কৰি ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই ঘটনা।
- আত্মীয়ৰ জানাজাৰ বাবে গৈছিল ১২জন লোক।
- ১০জনক উদ্ধাৰ কৰে স্থানীয় ৰাইজে।
- আৰক্ষী আৰু SDRFয়েও চলায় অভিযান।
- কাইলৈ পুনৰ অভিযান চলাব SDRF-এ।
The post লুইতত নাও দুৰ্ঘটনা, পিতা-পুত্ৰ সন্ধানহীন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BR918b
via IFTTT
Comments
Post a Comment