হঠাৎ ভাৰতৰ আকাশত পাকিস্তানৰ বায়ু সেনাৰ বিমান…

  • ভাৰতত প্ৰৱেশ পাকিস্তানৰ বায়ুসেনাৰ বিমান।
  • জম্মু-কাশ্মীৰৰ নৌচেৰা চেক্টৰত পুৱাই প্ৰৱেশ কৰে পাক সেনাৰ বিমানখনে।
  • ভাৰতীয় সেনাই প্ৰত্যক্ষ কৰে এই বিমানখন।
  • সেনাৰ শীৰ্ষ সূত্ৰত প্ৰকাশ এই তথ্য।
  • ভাৰতৰ আকাশ মাৰ্গত পাকিস্তানৰ বিমান দেখি তৎপৰতাৰে বিমানখনৰ পিছা লয় ভাৰতৰ যুঁজাৰু বিমানে।
  • আকাশ মাৰ্গত পেট্ৰলিঙত থকা ভাৰতীয় জেটে খেদি পঠিয়াই পাকিস্তানৰ বিমানখন।
  • সফল নহ’ল পাকিস্তানৰ অভিসন্ধি।
  • আনুষ্ঠানিকভাৱে অৱশ্যে ভাৰতে প্ৰকাশ কৰা নাই কোনো প্ৰতিক্ৰিয়া।
  • সেনাৰ সূত্ৰৰ উদ্ধৃতিৰে পিটিআইয়ে প্ৰকাশ কৰিছে এই খবৰ।

The post হঠাৎ ভাৰতৰ আকাশত পাকিস্তানৰ বায়ু সেনাৰ বিমান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BXoP9M
via IFTTT

Comments