অগপ এৰি এনপিপিৰ অসমৰ প্ৰভাৰী হ’ল দিলীপ বৰা

  • এন পি পি দলৰ অসমৰ প্ৰভাৰী নিযুক্তি।
  • দিলীপ বৰাক দিয়া হয় প্ৰভাৰী হিচাপে নিযুক্তি।
  • কনৰাড চাংমাই নিযুক্তি দিলে তেওঁক।
  • ইয়াৰ পূৰ্বে অসম গণ পৰিষদ দলৰ উপ-সবাপতি আছিল দিলীপ বৰা।
  • কিছদিন পূৰ্বে দল ত্যাগ কৰিছিল তেওঁ।

The post অগপ এৰি এনপিপিৰ অসমৰ প্ৰভাৰী হ’ল দিলীপ বৰা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XsEs22
via IFTTT

Comments