নেপালত ধুমুহাৰ সংহাৰী ৰূপ, ২৭ জন নিহত হোৱাৰ লগতে ৪০০ ৰো অধিক আহত

- দক্ষিণ নেপালত ধুমুহাৰ সংহাৰী ৰূপ।
- ধুমুহাৰ ফলত প্ৰাণহানি হৈছে ২৭ জন লোকৰ।
- ৪০০জনৰো অধিক লোক আহত ধুমুহাৰ ফলত।
- আহতসকল সম্প্ৰতি চিকিত্সাধীন।
- দেওবাৰে দক্ষিণ নেপালৰ বাৰা আৰু পাৰ্ছাত সংঘটিত হৈছিল এই ঘটনা।
The post নেপালত ধুমুহাৰ সংহাৰী ৰূপ, ২৭ জন নিহত হোৱাৰ লগতে ৪০০ ৰো অধিক আহত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FPl9sU
via IFTTT
Comments
Post a Comment