চানমাৰীৰ উৰণীয়া সেতুত দুৰ্ঘটনা, দ্ৰুতবেগী অল্ট’ বাহন উঠিল ৰেলিঙত…

  • চানমাৰীস্থিত উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • নিশা প্ৰায় ১ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

  • দ্ৰুতবেগী এখন অল্ট’ বাহন ৰেলিঙত খুন্দা মাৰি বাগৰি পৰিল পথত।
  • দুৰ্ঘটনাত আহন অল্টখনৰ চালক।

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুৰ্ঘটনাগ্ৰস্ত বাহনখন।
  • প্ৰত্যক্ষদৰ্শীৰ মতি বাহনখনৰ দ্ৰুতগতিৰ বাবে সংঘটিত হ’বলৈ পালে এই দুৰ্ঘটনা।

The post চানমাৰীৰ উৰণীয়া সেতুত দুৰ্ঘটনা, দ্ৰুতবেগী অল্ট’ বাহন উঠিল ৰেলিঙত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JR72qT
via IFTTT

Comments