কাছাৰৰ বৰখলাত বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ

- কাছাৰৰ বৰখলাত বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ।
- বিস্ফোৰকসহ এজন লোকক কৰায়ত্ত।
- ধৃত লোকজনৰ নাম এনামুল হক।
- ১৮০ জিলেটিন আৰু ১৮০ ডিট’নেটৰ জব্দ কৰে আৰক্ষী
The post কাছাৰৰ বৰখলাত বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FHC7Z3
via IFTTT
Comments
Post a Comment