জেইছ-ঈ-মহম্মদৰ দুধৰ্ষ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ…

- জেইছ-ঈ-মহম্মদৰ দুধৰ্ষ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ।
- জম্মু-কাশ্মীৰৰ এটা বিশেষ আৰক্ষীৰ দলে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদীজনক।
- সন্ত্ৰাসবাদীজনৰ নাম ফেয়াজ আহমদ।
- এই সন্ত্ৰাসবাদীৰ সন্ধান দিওতাক ২ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছিল দিল্লী আৰক্ষীয়ে।
- জামিনবিহীন গোচৰো ৰুজু কৰিছিল ধৃত উগ্ৰপন্থীজনৰ বিৰুদ্ধে।
- ২০১৫ চনৰ দিল্লীৰ আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল ধৃত ফেয়াজ আহমদ।

The post জেইছ-ঈ-মহম্মদৰ দুধৰ্ষ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CJxa12
via IFTTT
Comments
Post a Comment