কংগ্ৰেছ দলত খহনীয়া…

- শোণিতপুৰ জিলা কংগ্ৰেছত খহনীয়া।
- কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিলে বীৰেন দাসে।
- অনুসূচিত জাতি কোষৰ জিলা সভাপতিৰ পদত্যাগ।
- দলৰ শীৰ্ষ নেতাৰ কামত অসন্তুষ্ট হৈ এই সিদ্ধান্ত গ্ৰহণ।
The post কংগ্ৰেছ দলত খহনীয়া… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OEObOy
via IFTTT
Comments
Post a Comment