আজি মনোনয়ন পত্ৰ দাখিল কৰিব ববিতা শৰ্মা আৰু কুইন ওজাই…

  • আজি মনোনয়ন পত্ৰ দাখিল কৰিব ববিতা শৰ্মা আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুইন ওজাই।
  • গুৱাহাটী সমষ্টিৰ বাবে মনোনয়ন দিব প্ৰাৰ্থী দুগৰাকীয়ে।
  • মনোনয়ন দাখিলৰ পিছতহে অংশ ল’ব নিৰ্বাচনী প্ৰচাৰত।
  • কাইলৈ বিপিএফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মই দিব মনোনয়ন আৰু সাংসদ নৱ কুমাৰ শৰণীয়ায়ো দিব মনোনয়ন পত্ৰ।
  • মনোনয়ন দাখিল কৰিব কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাম ৰাভাই।
  • ৩ এপ্ৰিলত ইউ পি পি এলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মই দিব মনোনয়ন।

The post আজি মনোনয়ন পত্ৰ দাখিল কৰিব ববিতা শৰ্মা আৰু কুইন ওজাই… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OB6KmY
via IFTTT

Comments