পুৱাৰে পৰা জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ…

- জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি।
- পুৱাৰে পৰা দুইপক্ষৰ মাজত এই সংঘৰ্ষ।
- পুলৱামাৰ লচ্চীপুৰা অঞ্চলত এই গুলীয়াগুলি।
- সমগ্ৰ অঞ্চল ঘেৰি ৰাখিছে নিৰাপত্তাৰক্ষী।
- বৰ্তমানৰলৈকে কোনো হতাহতিৰ খবৰ পোৱা হোৱা নাই।
The post পুৱাৰে পৰা জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FNIDyt
via IFTTT
Comments
Post a Comment