পুৱাই পুলৱামাত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, ৪ সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ৪ জন নিৰাপত্তাৰক্ষী আহত

- জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।
- সংঘৰ্ষ লস্কৰী তৈৱবাৰ ৪ জন সন্ত্ৰাসবাদী নিহত।
- উক্ত অঞ্চলটোত সন্ত্ৰাসবাদীৰ আত্নগোপনৰ খবৰ পাই চলাইছিল অভিযান।
- এই অভিযানত ৪জন সেনা জোৱান আহত।
- চিকিৎসালয়ত ভৰ্তি কৰা হৈছৰ আহত নিৰাপত্তাৰক্ষীকেইজনক।
- সংঘৰ্ষস্থলীৰ পৰা অস্ত্ৰ-সস্ত্ৰ উদ্ধাৰ।
- ১ টা একে ৪৭, এটা এছ এল আৰ আৰু এটা পিষ্টলসহ গুলী বাৰুদ উদ্ধাৰ।
- নিহত সন্ত্ৰাসবাদী কেইটাক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।
The post পুৱাই পুলৱামাত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, ৪ সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ৪ জন নিৰাপত্তাৰক্ষী আহত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2V7FdMo
via IFTTT
Comments
Post a Comment