খৰধৰ কৰক! অ’ এন জি চিত ওলাইছে ৭০০ৰো অধিক চাকৰি…

- অ’ এন জি চিত ৭০০ৰো অধিক পদ পূৰণৰ বাবে বিজ্ঞাপন।
- অ’ এন জি চিৰ ৱেবছাইটত প্ৰকাশ কৰা হৈছে এই তথ্য।
- GATE-২০১৯ৰ জৰিয়তে পূৰণ কৰা হ’ব অভিযন্তাৰ পদসমূহ।
- এ ই ই (এছিচটেন্ট এগজিকিউটিভ ইঞ্জিনিয়াৰ) মেকানিকেল চিমেন্টিং- ১০টা পদ।
- এ ই ই পেট্ৰ’লিয়াম- ১টা পদ।
- এ ই ই চিভিল- ১৯টা পদ।
- এ ই ই ড্ৰিলিং- ৮৬টা পদ।
- এ ই ই ড্ৰিলিং পেট্ৰ’লিয়াম- ৮টা পদ।
- এ ই ই ইলেক্ট্ৰিকেল-৯৫টা পদ।
- এ ই ই ইলেক্ট্ৰনিকছ- ৪০ টা পদ।
- এ ই ই ইনষ্ট্ৰুমেন্ট- ৪০ টা পদ।
- এ ই ই মেকানিকেল – ৭৫টা পদ।
- এ ই ই প্ৰডাকশ্যন মেকানিকেল- ৬৪টা পদ।
- এ ই ই প্ৰডাকশ্যন কেমিকেল- ৮০টাপদ।
- এ ই ই প্ৰডাকশ্যন পেট্ৰ’লিয়াম- ৩৩টা পদ।
- এ ই ই ৰিজাৰ্ভাৰ- ১৯টা পদ।
- কেমিষ্ট- ৬৭টা পদ।
- জিঅ’লজী- ৬৮ টা পদ।
- জিঅ’ ফিজিষ্ট ছাৰ্ফেষ্ট- ২৯টা পদ।
- জিঅ’ ফিজিষ্ট ৱেল- ১৪টা পদ।
- মেটেৰিয়েল মেনেজমেন্ট অফিচাৰ- ৩৩টা পদ।
- প্ৰগ্ৰামিং অফিচাৰ- ১৩টা
- ট্ৰেন্সফ’ৰ্ট অফিচাৰ- ১১টা।
- এ ই ই ইণ্ড্ৰাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং- ১০টা পদ।
- নিৰ্বাচিত প্ৰাৰ্থীৰ দৰমহা আৰম্ভ হ’ব ১৯.৪৮ লাখ টকাৰ পৰা।
- প্ৰতিমাহে প্ৰায় ডেৰ লক্ষাধিক টকা দৰমহা পাব নিৰ্বাচিত প্ৰাৰ্থীসকলে।
- অ’ এন জি চিৰ ৱেবছাইটত উল্লেখ আছে সবিশেষ।

The post খৰধৰ কৰক! অ’ এন জি চিত ওলাইছে ৭০০ৰো অধিক চাকৰি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2VeTlDL
via IFTTT
Comments
Post a Comment