সোণাৰিৰ নামতোলাত এন এছ চি এন (আৰ)ৰ সদস্যক আটক…

  • সোণাৰিৰ নামতোলাত আটক হৈছে এন এছ চি এন (আৰ)ৰ সদস্য।
  • ধৃত সদস্যজনৰ নাম আনবেন মৌকে।
  • সদস্যজনৰ পৰা উদ্ধাৰ .৩২ পিষ্টলসহ কেইবাজাঁই সজীৱ গুলী।
  • সেনা আৰক্ষীৰ যুটীয়া অভিযানত আটক মৌকেক।

The post সোণাৰিৰ নামতোলাত এন এছ চি এন (আৰ)ৰ সদস্যক আটক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CMPbvn
via IFTTT

Comments