ঢোলে-দগৰে মনোনয়ন দাখিল কুইন ওজাৰ…

- মনোনয়ন দাখিল কৰিলে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই।

- আমিনগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰিলে মনোনয়ন।

- কুইন ওজাক সংগ দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাম মাধৱ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

- বিধায়িকা সুমন হৰিপ্ৰিয়া, বিজয়া চক্ৰৱৰ্তীৰ লগতে অগপ-বিজেপিৰ হাজাৰ হাজাৰ সমৰ্থকক লৈ মনোনয়ন দাখিল কৰিলে ওজাই।

- মনোনয়ন দাখিল কৰাৰ পূৰ্বে এক ৰোড শ্ব’তো অংশ লয় কুইন ওজাই।

The post ঢোলে-দগৰে মনোনয়ন দাখিল কুইন ওজাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CNwzeS
via IFTTT
Comments
Post a Comment