পলাশবাৰী আৰক্ষীৰ জালত ৩ গভাইত চোৰ

- পলাশবাৰী আৰক্ষীৰ জালত ৩টা গভাইত চোৰ।
- যোৰাবাট আৰু হাজোৰ পৰা আটক কৰে চোৰকেইটা।
- ধৃত ছাহজাহান আলী, নবিচা আলী আৰু মইনুল হক।
- ঘৰৰ পৰা সোণৰ অলংকাৰ আৰু ধন চুৰিত জড়িত আটাইকেইটা চোৰ।
- জড়িত আছিল দোকানৰ সামগ্ৰী আৰু গাড়ী চুৰিতো।
The post পলাশবাৰী আৰক্ষীৰ জালত ৩ গভাইত চোৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JUj96U
via IFTTT
Comments
Post a Comment