উন্নয়নৰ নামত প্ৰতাৰণা! এইবাৰ নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত মৰিয়নীৰ নকচাৰী চিনাতলীবাসীৰ

  • মৰিয়নীৰ নকচাৰী চিনাতলীত সোমবাৰে পুৱাই প্ৰতিবাদ।
  • শাসকীয় দলৰ বঞ্চনাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ।
  • উন্নয়নৰ নামত প্ৰতাৰণাহে কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।
  • এইবাৰ নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত প্ৰতিবাদকাৰীৰ।

The post উন্নয়নৰ নামত প্ৰতাৰণা! এইবাৰ নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত মৰিয়নীৰ নকচাৰী চিনাতলীবাসীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2U7mMuJ
via IFTTT

Comments