আজি তেলেংগানাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী…

- আজি তেলেংগানাত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে।
- ৰাজ্যখনৰ পৃথক পৃথক স্থানত আয়োজন কংগ্ৰেছ-বিজেপিৰ বিশাল জনসভা।
- ৰাজ্যখনৰ এল বি ষ্ট্ৰেডিয়ামত অনুষ্ঠিত হ’ব মোডীৰ জনসভা।
- দুয়োজন নেতাৰ আগমনত ৰাজ্য খনত নিৰাপত্তাব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।
- অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ’ব তেলেংগানাত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
The post আজি তেলেংগানাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UaJUIG
via IFTTT
Comments
Post a Comment