হাজাৰ হাজাৰ সৰ্মথকৰ সৈতে মনোনয়ন দাখিলৰ দিশে কুইন ওজা, VIDEO…

- মনোনয়ন দাখিলৰ দিশে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা।
- ওজাক সংগ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
- লগত আছে বিধায়িকা সুমন হৰিপ্ৰিয়া, বিধায়ক দীপক ৰাভা আৰু দিছপুৰ বিধায়ক অতুল বৰা।
- বিজেপি নেতা ৰাম মাধৱ, মন্ত্ৰী ভৱেশ কলিতা, বিধায়িকা আঙ্গুৰলতা ডেকাও আছে উপস্থিত।
- এতিয়ালৈকে আহি পোৱা নাই হিমন্ত বিশ্ব শৰ্মা।
- এক ৰ’ড শ্বতো অংশ লয় কুইন ওজাই।
- হাজাৰ হাজাৰ সৰ্মথকৰ সৈতে আমিনগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰিব মনোনয়ন।
BJP Assam Pradesh ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಭಾನುವಾರ, ಮಾರ್ಚ್ 31, 2019
The post হাজাৰ হাজাৰ সৰ্মথকৰ সৈতে মনোনয়ন দাখিলৰ দিশে কুইন ওজা, VIDEO… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2I0d9qm
via IFTTT
Comments
Post a Comment