ASTCত অবৈধ ভাৱে নিযুক্তি লাভ কৰা কৰ্মচাৰীক বৰ্খাস্তৰ নিৰ্দেশ…

  • অবৈধ ভাৱে নিযুক্তি লাভ কৰা চৰকাৰী কৰ্মচাৰীলৈ বিপদ।
  • অসম ৰাজ্যিক পৰিবহণ নিগমত অবৈধ ভাৱে নিযুক্তি পোৱা কৰ্মচাৰীলৈ নামিছে বিপদ।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে কৰ্মচাৰীক দিলে বৰ্খাস্তৰ নিৰ্দেশ।
  • ৬০ দিনৰ ভিতৰত চাকৰিৰ পৰা বৰ্খাস্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
  • অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালকক দিলে নিৰ্দেশ।
  • পূৰ্বৰ সঞ্চালক আনন্দ প্ৰকাশ টিৱাৰীৰ কাৰ্যকালত অবৈধভাৱে নিযুক্তি লাভ কৰিছিল এইসকল কৰ্মচাৰীয়ে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/s157uAh
via IFTTT

Comments