ISBT ত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ছাদেন ভিজিতঃ উপস্থিত নাই ২৩৯ গৰাকী বিষয়া, কৰ্মচাৰী…

  • নিশা মহানগৰীৰ ISBT ত ছাদেন ভিজিত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।
  • তন্ন তন্নকৈ পৰ্য্যবেক্ষন কৰিলে ISBTৰ প্ৰতিটো ব্যৱস্থাৱলী ।
  • ISBT ৰ লেতেৰা কদৰ্যময় পৰিবেশে দেখি হতভম্ব মন্ত্ৰীগৰাকী।
  • যাত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত থকা সুৰক্ষা ব্যৱস্থাতো ধৰা পৰিল চৰম গাফিলতি।
  • মহিলা তথা যাত্ৰীক সকলৰ পৰাও অভাৱ অভিযোগৰ বুজ ল’লে মন্ত্ৰী গৰাকীয়ে ।
  • ২৪০ত কৈ অধিক বিষয়া কৰ্মচাৰী থকা কাৰ্যলয়ত নিশা কৰ্তব্যত নাই বিষয়া-কৰ্মচাৰী।
  • নিশা মাত্ৰ এজন কৰ্মচাৰীহে উপস্থিত আছে কাৰ্যালয়ত।
  • কৰ্তব্যত উপস্থিত নথকা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ।
  • সোমবাৰৰ ভিতৰত লোৱা হ’ব ব্যৱস্থা।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/7ceAYUW
via IFTTT

Comments