গোসাঁইগাঁৱৰ উপেন্দ্রপুৰত শিশুৰ মৃতদেহ উদ্ধাৰ

- গোসাঁইগাঁৱৰ উপেন্দ্রপুৰত শিশুৰ মৃতদেহ উদ্ধাৰ
- মৰাপাট খেতিত উদ্ধাৰ ৪বছৰীয়া শিশুৰ মৃতদেহ
- মৃত শিশুটি উপেন্দ্রপুৰ গাঁৱৰ নিকিতা মূৰ্মু
- শুকুৰবাৰে সন্ধিয়া পথাৰৰ পৰা ছাগলী আনিবলৈ গৈছিল শিশুটিয়ে
- বৰ্তমানলৈ জানিব পৰা হোৱা নাই শিশুটিৰ মৃত্যুৰ কাৰণ
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/WNLfaUt
via IFTTT
Comments
Post a Comment