গৰৈমাৰীত সন্তানৰ সৈতে সন্ধানহীন মহিলা, চিন্তিত পৰিয়ালবৰ্গ…

  • দক্ষিণ কামৰূপৰ গৰৈমাৰীত সন্তানৰ সৈতে সন্ধানহীন এগৰাকী মহিলা।
  • সন্ধানহীন মহিলাগৰাকীৰ নাম শ্বহিদা খাতুন।
  • ঘটনা সন্দৰ্ভত গৰৈমাৰী থানাত এজাহাৰ দাখিল পৰিয়ালৰ।
  • কোনো লোকে সন্ধান পালে যোগাযোগ কৰাৰ আহ্বান।
  • যোগাযোগৰ নম্বৰ ৮৮২২৯১৬৮১৫।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/GltL0nj
via IFTTT

Comments